-->

Assam Direct Recruitment Question Paper

Assam Direct Recruitment Question
28/08/2022 Memory based questions of Assam Direct Recruitment Grade III Exam. (Morning Shift)

1) অলিম্পিকৰ পতাকাত নথকা ৰং?

2) আটাইতকৈ পূৱে থকা দলং?

3) 2022, 1 জানুৱাৰী সাপেক্ষে বিত্তমন্ত্ৰী কোন?

4) National ষ্টক একচেঞ্জৰ কাৰ্য্যালয় কত অৱস্থিত?

5) হিউৱেন চাং কাৰ ৰাজত্ব কালত অসমলৈ আহিছিল?

6) পেৰুৰ ৰাজধানী?

7) ভলীবলৰ প্ৰতিটো দলত কেইজন সদস্য?

8) অসমৰ সীমাৰ লগত কিমানটা ৰাজ্য সংলগ্ন ?

9) পুৱা মক্কা কত আছে ?

10) অসমৰ ৰাজ্যৰ জাতীয় গছ কি ?

11) কোন নদী হিমালয়ৰ পৰা অহা নাই ?

12) অসম চিকৎসা বিদ্যালয় কত আছে ?

13) Only Ramsar sites in assam?

14) অসমৰ মুঠ জিলাৰ সংখ্যা ?

15) অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰৰ নাম?

16) গোল গম্বুজ কত অৱস্থিত?

17) প্ৰথম অসমীয়া কথাছবি?

18) যোৰহাটৰ চাহ গৱেষণা কেন্দ্ৰৰ নাম কি?

19) উৎপাদনৰ কোনটো শাখাত উৎপাদিত সামগ্ৰীসমূহৰ মালিকীস্বত্ব চৰকাৰৰ হাতত থাকে?

20) Founder of Swaraj Party?

21)‌‌ GST পোনপ্ৰথমে কোন দেশে আৰম্ভ কৰিছিল?

22) সমাজবিজ্ঞানৰ কোনটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ আদি আলোচনা কৰা হয়?
A) ৰাজনীতি
B) অৰ্থনীতি বিজ্ঞান
C) বাণিজ্য

23) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জাতি, ধৰ্ম, ভাষাৰ ভিত্তিত বৈষম্যৰ কথা কোৱা হৈছে?
A) 15
B) 19
C) 21 
D) 13

24) আমাৰ দেশৰ কোনটো সংস্থাই অৰ্থনৈতিক জৰীপ (economic survey) জাৰী কৰে?
A) বিত্ত সংস্থা
B) বিত্ত মন্ত্ৰণলয়
C) পৰিসংখ্যা মন্ত্ৰণালয়

25) কিমান ডিগ্ৰী চেলচিয়াছত পানীৰ ঘনত্ব সৰ্বোচ্চ?

26) ভাৰত চৰকাৰৰ মিছন ইন্দধনুষ কিহৰ লগত জড়িত?

28/08/2022 Memory based questions of Assam Direct Recruitment Grade III Exam. (Evening Shift)

1. ভাৰতৰ নিৰ্বাচনত প্ৰথমতে NOTA কেতিয়া ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: 2013 চনৰ পৰা

2. খো- খো খেলত আঠু লৈ মুঠ কেইজন সদস্য বহি থাকে ?
উত্তৰ:

3. অনাম নৃত্য কোন ৰাজ্যৰ?
উত্তৰ: কেৰেলা

4. প্ৰথম অসমীয়া বোলছবিৰ অভিনেত্ৰী কোন?
উত্তৰ: আইদেউ সন্দিকৈ

5. তীৰ্থংকৰ কোন ধৰ্মৰ?
উত্তৰ: জৈন

6. ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি?
উত্তৰ: বট গছ

7. আৰ্জেন্টিনাৰ ৰাজধানী কি?
উত্তৰ: Buenos Aires

8. লাইহাৰওৱা নৃত্য কোন জনগোষ্ঠীৰ ?
উত্তৰ: Meitei

9. জুবিন গাৰ্গে নিজে অভিনয় কৰা চিনেমাখন কি ?
উত্তৰ: Mission China

10. স্বৰাজ মোৰ জন্মগত অধিকাৰ, ......" কোনে কৈছিল ?
উত্তৰ: Bal Gangadhar Tilak

11. পানীপথৰ ২য় যুদ্ধ কেতিয়া হৈছিল ?
উত্তৰ: 1556

12. Suprim court ৰ প্ৰথম মহিলা ন্যায়াধিক গৰাকীৰ নাম কি?
উত্তৰ: Fatima Bibi

13. ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰ কেতিয়া কৰা হৈছিল ?
উত্তৰ: 1989

14. কলকাতাৰ পৰা দিল্লীলৈ কেতিয়া ৰাজধানীৰ স্থানান্তৰ কৰা হৈছিল ?
উত্তৰ: 1911

15. আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মূখ্য কাৰ্যালয় কত
 উত্তৰ: Hague

22. ভাৰতৰ লুণীয়া পানীৰ হ্ৰদ কত
উত্তৰ: গুজৰাটত

23. Pakyang Airport কত
উত্তৰ: ছিকিমত

24. Kanga Fort কত
উত্তৰ: ইম্ফল

25. আগৰতলা-ছিকিম-গেংকটক- .....
উত্তৰ: ডিমাপুৰ

26. টেলিগ্ৰাফ আৱিষ্কাৰ কোনে কৰিছিল
উত্তৰ: ছেমুৱেল মাৰ্ছ

27. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এ কোনখন জিলাক সংলগ্ন নকৰে
উত্তৰ: মৰিগাঁও

28. তিনিটা সংখ্যা pqr ৰ pq ৰ ল:সা:গু: q, qr ৰ ল:সা:গু: r হ'লে, pqr ৰ ল:সা:গু: কিমান ?
 উত্তৰ:

29. অলিম্পিকৰ চিহ্নটোত কেইটা গোল থাকে ?
উত্তৰ: 5

30. ভগ্নাংশত লিখা 0.037
উত্তৰ: 37/1000

31. 7, 11, 19, 31, ?, 67
উত্তৰ: 47

32. -76 ক 3 ৰে হৰণ কৰিলে ভাগশেষ কি থাকে ?
উত্তৰ: -1

33. এটা চতুৰ্ভূজৰ কোণ সমূহ 1:3:4:7 অনুপাতত আছে । ডাঙৰ আৰু সৰু কোণটোৰ পাৰ্থক্য কিমান ?
উত্তৰ: 144

34. ২১) পাচটা ক্ৰমিক সংখ্যাৰ যোগফল ১৯০ হ'লে, সৰু সংখ্যাটো কি ?
উত্তৰ: 40
 
35. চিপাঞ্জী, নল গাহৰী, নাহৰ ফুটুকী বাঘ, এশিঙীয়া গড় কোনটো ভাৰতৰ থলুৱা নহয় ?
উত্তৰ: চিপাঞ্জী

36. বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটো কি ?
উত্তৰ: Barometer 

37. অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো কি ?
উত্তৰ: Digboi

38. root 20x45 + root 0.04 + root 0.64 ?
উত্তৰ: 31

39. এটা চকা ১০০০ পাক ঘূৰোতে অতিক্ৰম কৰে ২২ কি.মি. । চকাটোৰ বাসাৰ্ধ কিমান ?
উত্তৰ: 3.5 m

40. NEFA ৰ সম্পূৰ্ণ ৰূপটো কি ?
উত্তৰ: North-East Frontier Agency (NEFA)

41. মালগুড়ি ডেইজ কোনে লিখিছিল?
উত্তৰ: RK Narayan

42. UNESCO স্বৃকৃত অসমৰ ঐতিস্য ক্ষেত্ৰ কোনখন ?
উত্তৰ: Kaziranga

43. এয়াৰ এচিয়াৰ মূখ্য কাৰ্য্যালয় ?
উত্তৰ: Sepang, Malaysia

44. কেৰেট একক জোখ কিহত কৰা হয় ?
উত্তৰ: Gold

21/08/2022 Memory based questions of Assam Direct Recruitment Grade IV Exam.

1) ভিক্টোৰিয়া মেমৰিয়েল কোন ঠাইত অৱস্থিত?
উত্তৰ: কলকাতা

2) নৰনাৰায়ণ সেতুৱে সংলগ্ন কৰা ঠাইদুখনৰ নাম কি কি?
উত্তৰ: গোৱালপাৰা আৰু বঙাইগাও।

3) 1942 চনৰ আন্দোলনৰ অসমৰ প্ৰথমগৰাকী স্বহীদ কোন?

4) তৃণভোজী প্ৰাণীক কি বুলি কোৱা হয়?
Ans: Herbivore.

5) Group of lion is called?

Ans: Pride

6) "অ' মোৰ আপোনাৰ দেশ" গীতটি প্ৰথমতে কোনখন আলোচনীত প্ৰকাশ পাইছিল?

Ans: বাঁহী।

7)2021 চনৰ "অসম বৈভৱ" বঁটা কোনে লাভ কৰিছে?
Ans: Ratan Tata

8) Right to Education - Article 21(A)

9) ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?

10) Currency of Bangladesh?
Ans: Taka

11) বান থিয়েটাৰ ক'ত অৱস্থিত?

12) Oldest medical college of Assam?

Ans: Assam Medical College, Dibrugarh

13) Currency of UAE?

14) "Assam Baibhav" award recently goes to?

15) Hima Das related to which sports?

16) First Assamese Sonnet published in which magazine?

17) Which district share boundaries with Arunachal Pradesh?

18) Narendra Modi Stadium Located in?

19) Capital of Zimbabwe?

20) Name the International line between Afghanistan and Pakistan.

21) Last King of Ahom Dynasty

22) Who was the second Chief Minister of Assam?

23) বেংকক কোনখন দেশৰ ৰাজধানী?

24) Iron Man of Assam?

25) চাণক্য কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল?

26) হিং ক'ৰ পৰা ভাৰত বেছিকৈ অনা হয়?
Ans: Afghanistan

27) Pressure Rule কোনে আৱিষ্কাৰ কৰিছিল?

28) ভিক্টোৰিয়া মেমোৰিয়েল ক'ত অৱস্থিত?

29) "হাড়গিলা প্ৰজেক্ট" কোনে কৰিছিল?

30) "ৰঙ্গমঞ্চ"প্ৰথম ক'ত ?

31) অসম ৰাজ্যিক সংগ্ৰাহালয় ক'ত অৱস্থিত?

32) "অজগৰ বুৰঞ্জী" কোনে লিখিছিল?
উত্তৰ: চাওঁ নগেন হাজৰিকা ।

33) ধপাত দিৱস কেতিয়া পালন কৰা হয়?

34) MP LADS আঁচনিৰ সম্পূৰ্ণ নাম কি?

35) ভাৰতৰ প্ৰথম কৃটিম উপগ্ৰহটোৰ নাম কি? 

36) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ নাম কি?

37) 4 মে'ত কি দিৱস পালন কৰা হয়?

38) অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰীৰ নাম কি?
উত্তৰ: বিষ্ণুৰাম মেধি

39) আহোমৰ শেষৰ ৰজাজনৰ নাম কি?
উত্তৰ: পুৰন্দৰ সিংহ

40) টাকা কোন দেশত প্ৰচলন হয়?
উত্তৰ:বাংলাদেশ

41) UAEত মুদ্ৰা ক কি বোলে?
উত্তৰ:ডিৰহাম

42) কোনখন ৰাজ্য সাগৰৰ ওচৰত নাই?
উত্তৰ: চিকিম

43) NITI আয়োগৰ সভাপতি কোন?
উত্তৰ:প্ৰধানমন্ত্ৰী

44)2021 অসম বৈভৱ কোনে লাভ কৰিছে?
উত্তৰ: ৰতন টাটা

45)Zimbabwe ৰ ৰাজধানী
উত্তৰ: Harare

46) Durand line
উত্তৰ: আফগানিস্তান আৰু পাকিস্তানৰ মাজত।

47) ধঁপাত দিৱস

48)ভাৰতৰ প্ৰথম কৃত্রিম উপগ্রহ
উত্তৰ: আর্যভট্ট

49) অসম ৰাজ্যিক সংগ্ৰাহালয় কত অৱস্থিত
উত্তৰ: দীঘলীপুখুৰী, গুৱাহাটী

50) অসমৰ প্ৰথম মেডিকেল কলেজ
উত্তৰ: অসম মেডিকেল কলেজ, ডিব্ৰুগড়

51) নৰনাৰায়ণ সেতু সংযোগী দুখন জিলা

উত্তৰ: গোৱালপাৰা আৰু বঙাইগাও

52) MPLAD ত LAD সম্পূৰ্ণ ৰূপ
উত্তৰ: local area development

53)বেংকক কোন দেশৰ ৰাজধানী?
উত্তৰ:থাইলেণ্ড

54)colour tv ভাৰত বৰ্ষত কিমান চনত আৰম্ভ হৈছিল?
উত্তৰ:25 এপ্ৰিল, 1982

55) কৌটিল্য কাৰ ৰাজত্ব কালত মন্ত্ৰী সভাত আছিল: চন্দ্ৰগুপ্ত মৌর্য

56) অসম আৰু অৰুণাচল সংযোগ কৰা ঠাইখন

57) হিমা দাস কোন খেলৰ লগত জড়িত
উত্তৰ: দৌৰ

58) নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কত অৱস্থিত।
উত্তৰ: আহমেদাবাদ, গুজৰাট

59) 8 may
উত্তৰ: Mother's day

60) Right to Education

উত্তৰ:article 21A

61)কোন আন্দোলনত কনকলতা শ্বহীদ হৈছিল ?
উত্তৰ:ভাৰত ত্যাগ।

62) প্ৰথম ভাৰতীয় মহাকাশচাৰী?

উত্তৰ: ৰাকেশ শৰ্মা

63)দিল্লীৰ নিকটবৰ্তী ঠাই?

উত্তৰ: গুৰগাও

64) তলৰ কোনজন মন্ত্ৰী নতুনকৈ অসম মন্ত্ৰী সভাত স্থান লাভ কৰিছে?

উত্তৰ: জয়ন্ত মল্ল বৰুৱা

65) প্ৰত্যেক ক্ৰিয়াৰ সমান আৰু বিপৰীত দিশত প্ৰতিক্ৰিয়া আছে কাৰ সূত্ৰ?

উত্তৰ: নিউটনৰ

Disclaimer: These all questions are collected from social media.