-->

গুৰুত্বপূৰ্ণ দিৱস সমূহ : List of Important Days & Dates

বিভিন্ন দিৱস সমূহ : List of Important Days & Dates

জানুৱাৰী


১০ জানুৱাৰী : বিশ্ব হাস্য দিৱস।
১১ জানুৱাৰী : লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস।
১৫ জানুৱাৰী : সেনা দিৱস।
১৭ জানুৱাৰী : শিল্পী দিৱস।
২৩ জানুৱাৰী : নেতাজী দিৱস
২৫ জানুৱাৰী : ৰাষ্ট্ৰীয় পৰ্যটন দিৱস,
২৬ জানুৱাৰী : ভাৰতৰ গণতন্ত্ৰ দিৱস
৩০ জানুৱাৰী : শ্বহীদ দিৱস

ফেব্ৰুৱাৰী

২ ফেব্ৰুৱাৰী : বিশ্ব জলাশয় দিৱস
২৪ ফেব্ৰুৱাৰী : চিলাৰায় দিৱস, কেন্দ্ৰীয় আবকাৰী দিৱস ।
২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
২৯ ফেব্ৰুৱাৰী : অধিবৰ্ষ বা লীপ ইয়েৰৰ বাবে বৰ্ধিত দিন।

মাৰ্চ

৪ মাৰ্চ : ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস
৮ মাৰ্চ : আন্তৰ্জাতিক নাৰী দিৱস
১৫ মাৰ্চ : বিশ্ব প্ৰতিবন্ধী দিৱস,বিশ্ব গ্ৰাহক দিৱস, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস ।
২১ মাৰ্চ :  বিশ্ব বন দিৱস, (দিন-ৰাতি সমান দিন)
২২ মাৰ্চ :বিশ্ব জল দিৱস, বনৌষধি উদ্ভিদ দিৱস।
২৩ মাৰ্চ : বিশ্ব বতৰ বিজ্ঞান দিৱস।
২৪ মাৰ্চ : বিশ্ব যক্ষ্মা দিৱস।
২৭ মাৰ্চ : বিশ্ব থিয়েটাৰ দিৱস।

এপ্ৰিল

৪ এপ্ৰিল : আন্তৰ্জাতিক খনি সজাগতা দিৱস।
৫ এপ্ৰিল : ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস, সমতা দিৱস।
৭ এপ্ৰিল : বিশ্ব স্বাস্থ্য দিৱস।
১৩ এপ্ৰিল : জালিৱানৱালাবাগ দিৱস।
১৪ এপিল : অগ্নিসেৱা দিৱস, আম্বেদকাৰ জয়ন্তী।
১৫ এপ্ৰিল : আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস।
১৭ এপ্ৰিল : বিশ্ব হোমাফিলিয়া দিৱস।
১৮ এপ্ৰিল : বিশ্ব ঐতিহ্য দিৱদ।
২২ এপ্ৰিল : ধৰিত্ৰী দিৱস।
২৩ এপ্ৰিল : বিশ্ব গ্ৰন্থ দিৱস‌।
২৪ এপ্ৰিল : মানৱ একতা দিৱস।
২৬ এপ্ৰিল : জনজাগৰণ দিৱস।
২৯ এপ্ৰিল : আন্তৰ্জাতিক নৃত্য দিৱস
Important Days & Dates, গুৰুত্বপূৰ্ণ দিৱস

মে’

১ মে’ : আন্তৰ্জাতিক শ্ৰমিক দিৱস।
৩ মে’ : সংবাদ পত্ৰৰ স্বাধীনতা দিৱস, বিশ্ব এজমা দিৱস।
৮ মে’ : ৰেডক্ৰছ দিৱস।
৯ মে’ : বিশ্ব থেলাছ্মিয়া দিৱস।
১১ মে’ : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।
১২ মে’ : বিশ্ব নাৰ্ছ দিৱস
১৩ মে’ : ৰাষ্ট্ৰীয় সংহতি দিৱস।
১৫ মে’ : আন্তৰ্জাতিক পৰিয়াল দিৱস।
১৭ মে’ : আন্তৰ্জাতিক সমাজ দিৱস, বিশ্বৰ দূৰ সংযোগ দিৱস।
২৯ মে’ : ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস।
৩১ মে’ : বিশ্ব ধূমপান বিৰোধী দিৱস।

জুন

৪ জুন : আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস।
৫ জুন : বিশ্ব পৰিৱেশ দিৱস।
১৪ জুন : বিশ্ব ৰক্তদাতা দিৱস।
১৮ জুন : বিশ্ব বনভোজ দিৱস।
২০ জুন : বিশ্ব শৰণাৰ্থী দিৱস, ৰাভা দিৱস।
২১ জুন : বিশ্ব সংগীত দিৱস।
২৬ জুন : বিশ্ব ড্ৰাগছ দিৱস।

জুলাই

১ জুলাই : চিকিৎসক দিৱস।
৭ জুলাই : আন্তৰ্জাতিক সমবায় দিৱস।
১০ জুলাই : ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস।
১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস।
১৪ জুলাই : সততাৰ দিন।
১৮ জুলাই : নেলচন মেণ্ডেলা আন্তৰ্জাতিক দিৱস।
২০ জুলাই : পঢ়ুৱৈ দিৱস।

আগষ্ট

৬ আগষ্ট : বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস, হিৰোছিমা দিৱস।
৯ আগষ্ট : নাগাচাকি দিৱস, ভাৰত ত্যাগ আন্দোলন দিৱস।
১২ আগষ্ট : আন্তৰ্জাতিক যুৱ দিৱস, গ্ৰন্থাগাৰিক দিৱস।
১৫ আগষ্ট : ভাৰতৰ স্বাধীনতা দিবস ।
২৯ আগষ্ট : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, সংস্কৃত দিৱস।

ছেপ্তেম্বৰ

৫ ছেপ্তেম্বৰ : শিক্ষক দিৱস।
৮ ছেপ্তেম্বৰ : আন্তৰ্জাতিক স্বাক্ষৰতা দিৱস
১৪ ছেপ্তেম্বৰ : হিন্দী দিৱস।
১৫ ছেপ্তেম্বৰ : অভিযন্তা দিৱস ।
১৬ ছেপ্তেম্বৰ : অ’জন স্তৰ সংৰক্ষণ দিৱস।
২১ ছেপ্তেম্বৰ : এলজাইমাৰছ দিৱস, ৰাষ্ট্ৰসংঘৰ শান্তি আৰু অহিংসা দিৱস।
২২ ছেপ্তেম্বৰ : বিশ্ব গড়ঁ দিৱস ।
২৬ ছেপ্তেম্বৰ : বিশ্ব বধিৰ দিৱস।
২৭ ছেপ্তেম্বৰ : বিশ্ব পৰ্যটন দিৱস।

অক্টোবৰ

১ অক্টোবৰ : বিশ্ব বৃদ্ধ দিৱস, বিশ্ব সংগীত দিৱস।
২ অক্টোবৰ : গান্ধী জয়ন্তী, বিশ্ব অহিংসা দিৱস।
৩ অক্টোবৰ : বিশ্ব আবাস দিৱস, বিশ্ব প্ৰকৃতি দিৱস।
৪ অক্টোবৰ : বিশ্ব পশু কল্যাণ দিৱস।
৮ অক্টোবৰ : ভাৰতীয় বায়ুসেনা দিৱস।
৯ অক্টোবৰ : বিশ্ব ডাকঘৰ দিৱস।
১০ অক্টোবৰ : বিশ্ব ডাক দিৱস।
১৬ অক্টোবৰ : বিশ্ব খাদ্য দিৱস।
১৭ অক্টোবৰ : অসম ক্ৰীড়া দিৱস।
২০ অক্টোবৰ : ৰাষ্ট্ৰীয় একতা দিৱস, বিশ্ব পৰিসংখ্যা দিৱস।
২৪ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস ।
২৫ অক্টোবৰ : বিশ্ব শন্তি দিৱস।
২৯ অক্টোবৰ : বিশ্ব ষ্ট্ৰোক দিৱস।
৩০ অক্টোবৰ : বিশ্ব মিতব্যয়িতা দিৱস।
৩১ অক্টোবৰ : ৰাষ্ট্ৰীয় সংহতি দিৱস।

নৱেম্বৰ

৯ নৱেম্বৰ : আইন সেৱা দিৱস।
১০ নৱেম্বৰ : বিশ্ব বিজ্ঞান দিৱস।
১৪ নৱেম্বৰ : শিশু দিৱস
১৬ নৱেম্বৰ : ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, বিশ্ব খাদ্য দিৱস।
১৮ নৱেম্বৰ : স্থল সেনা দিৱস।
১৯ নৱেম্বৰ : নাগৰিক দিৱস, সংহতি দিৱস।
২০ নৱেম্বৰ : বিশ্ব শিশু অধিকাৰ দিৱস, সংখ্যালঘু কল্যাণ দিৱস।
২১ নৱেম্বৰ : বিশ্ব টেলিভিছন দিৱস।
২৪ নৱেম্বৰ : লাচিত দিৱস ।
২৫ নৱেম্বৰ : আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস।
২৬ নৱেম্বৰ : আইন দিৱস।

ডিচেম্বৰ

১ ডিচেম্বৰ : বিশ্ব এইডছ্‌ দিৱস।
২ ডিচেম্বৰ : চুকাফা দিৱস বা অসম দিৱস, কম্পিউটাৰ স্বাক্ষৰতা দিৱস, প্ৰদূষণ বিৰোধী দিৱস, সীমান্ত নিৰাপত্তা বাহিনী দিৱস।
৩ ডিচেম্বৰ : বিশ্ব প্ৰতিবন্ধী দিৱস।
৪ ডিচেম্বৰ : নৌ সেনা দিৱস।
৫ ডিচেম্বৰ : আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস।
৭ ডিচেম্বৰ : আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন দিৱস, শস্য দিৱস, সেনাবাহিনী পতাকা দিৱস।
৯ ডিচেম্বৰ : আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস।
১০ ডিচেম্বৰ : মানৱ অধিকাৰ দিৱস, শ্বহীদ দিৱস (অসমত পালন কৰা হয়)।
১১ ডিচেম্বৰ : আন্তৰ্জাতিক গিৰি দিৱস।
১৪ ডিচেম্বৰ : পতাকা দিৱস।
১৮ ডিচেম্বৰ : আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস, দলিত অধিকাৰ দিৱস।
২৩ ডিচেম্বৰ : কৃষক দিৱস।
২৬ ডিচেম্বৰ : অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।