অসমীয়া সাহিত্যিকসকলৰ উপাধি
১) অগ্নিকবি---- কমলাকান্ত ভট্টাচার্য
২)অসম কেশৰী----অম্বিকাগিৰী ৰায় চৌধুৰী
৩)অতীন্দ্রিয়বাদী----নলিনীবালা দেৱী
৪)অসম গৌৰৱ----হেম বৰুৱা
৫)উপন্যাস সম্রাট----ৰজনীকান্ত বৰদলৈ
৬)কর্মবীৰ-----নবীনচন্দ্র বৰদলৈ
৭)কলাগুৰু----বিষ্ণুপ্রসাদৰাভা
৮)কবিতা কোঁৱৰ----অম্বেশ্বৰ চেতীয়া ফুকন
৯)গীতিকবি----পাবর্তী প্রসাদ বৰুৱা
১০)ত্যাগবীৰ-----হেমচন্দ্রবৰুৱা
১২)দেশভক্ত ----তৰুণৰাম ফুকন
১৩)দেশপ্রাণ ----লক্ষীধৰ শর্মা
১৪)বীৰবালা-----কনকলতা
১৫)বকুল বনৰ কবি----আনন্দ চন্দ্র বৰুৱা
১৬)বনফুলৰ কবি---যতীন্দ্রনাথ দুৱৰা
১৭)নটসূর্য----ফনী শর্মা
১৮)জিকিৰ সম্রাট---ৰেকিবুদ্দিন আহমেদ
১৯)লৌহ মানৱ----বিষ্ণুৰাম মেধি
২০)বিহগী কবি----ৰঘুনাথ চৌধাৰী
২১)বিপ্লৱী কবি----প্রসন্নলাল চৌধুৰী
২২)বাগ্মীবৰ, ককা----নীলমনি ফুকন
২৩)ভাঙনি কোঁৱৰ----আনন্দ চন্দ্র আগৰৱালা
২৪)পাপৰিৰ কবি----গণেশ গগৈ
২৫)প্রতিমাৰ খনিকৰ---চন্দ্রকুমাৰ আগৰৱালা
২৬)লোকনায়ক- --অমিয় কুমাৰদাস
২৭)লোকবন্ধু----ডাঃ ভূৱনেশ্বৰ বৰুৱা
২৮)সাহিত্যাচার্য--- অতুলচন্দ্র হাজৰিকা, মিত্রদেৱ মহন্ত , চৈয়দ আব্দুল মালিক
২৯)শেৱালী কবি---ৰত্নকান্ত বৰকাকতী
৩০)নিজৰাৰ কবি ----শৈলধৰ ৰাজখোৱা
৩১)জ্ঞান মালিনীৰ কবি---মফিজুদ্দিন আহমেদ হাজৰিকা
৩২)প্রাচ্য পণ্ডিত----কৃষ্ণকান্ত সন্দিকৈ
৩৩)সদস্য মহীয়ান----কৃষ্ণকান্ত সন্দিকৈ, মহেশ্বৰ নেওগ
৩৪)সেউজ কোঁৱৰ ---পৰাগধৰ চলিহাা
৩৫)ৰঙাজিয়াৰ কবি----মহিম বৰা
৩৬)খৰিকাজাইৰ কবি----ভবানন্দ ৰাজখোৱা
৩৭)বনকোঁৱৰ ---আনন্দিৰাম দাস
৩৮)অসমৰ বেকন--- সত্যনাথ বৰা ।
৩৯) মহাপুৰুষ------শ্ৰীমন্ত শংকৰদেৱ
৪০)জগতগুৰু------শ্ৰীমন্ত শংকৰদেৱ
৪১) বঢ়াৰ পো------শ্ৰী শ্ৰী মাধৱদেৱ
৪২) ৰূপকোঁৱৰ-------জ্যোতিপ্ৰসাদ আগৰৱালা
৪৩) অভিনয়াচাৰ্জ-----ব্ৰজনাথ শৰ্মা
৪৪) ৰসৰাজ,সাহিত্যৰথী-----লক্ষ্মীনাথ বেজবৰুৱা
৪৫) গণ শিল্পী----------বিক্ৰম সিং য়েইন
৪৬) জননায়ক---------দেৱেশ্বৰ শৰ্মা
৪৭) ধ্বনি কবি----------বিনন্দ চন্দ্ৰ বৰুৱা
৪৮) নাট্য প্ৰভাকৰ-------সত্যপ্ৰসাদ বৰুৱা
৪৯) প্ৰেম আৰু ৰ'দালিৰ কবি-----হীৰেন ভট্টাচাৰ্য
৫০) বিদ্ৰোহী কবি---------প্ৰসন্নলাল চৌধুৰী
৫১) লুইত কোঁৱৰ------ৰুদ্ৰ বৰুৱা
৫২) লোকপ্ৰাণ-------মতিৰাম বৰা
৫৩) লোকপ্ৰিয়------গোপীনাথ বৰদলৈ
৫৪) শোণিত কোঁৱৰ------গজেন বৰুৱা
৫৫) সংগীতাচাৰ্য------লক্ষ্মীৰাম বৰুৱা
৫৬) সাহিত্য ৰত্ন-------- চন্দ্ৰধৰ বৰুৱা ।