-->

Assam General Knowledge (GK) Important Questions Constitution of India

Assam General Knowledge: Assam Gk

ভাৰতীয় সংবিধানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন (Indian Constitution):

Assam Gk

1. সংসদীয় চৰকাৰ প্ৰথম উদ্ভাৱন হোৱা দেশখনৰ নাম আছিল___ ।
i) ভাৰত
ii) গ্ৰেট ব্ৰিটেইন ✓
iii) আমেৰিকা
iv) চুইজাৰলেণ্ড

2. অসম চৰকাৰে অসম পৌৰ আইন___ ত গ্ৰহণ কৰে ।

i) 1994 চনত
ii) 1995চনত
iii) 1956চনত ✓
iv) 1972 চনত

3. ভাৰতীয় জনতা দলৰ সৃষ্টি হয়___ চনত ।

i) 1980চনত ✓
ii) 1982চনত
1985চনত
1969চনত

4. গণতন্ত্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰটো হল___ ।

i) ৰাজনৈতিক দল
ii) ৰাজনৈতিক নেতা
iii) স্থানীয় প্ৰশাসন ✓
iv) বিদ্যালয়

5. ___ চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল ।

i) 1954চনত ✓
ii) 1995চনত
iii) 1952চনত
iv) 1961চনত

6. ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়___ চনত ।

i) 14 নবেম্বৰ
ii) 24 অক্টোবৰ ✓
iii) 10ডিচেম্বৰ
iv) 12অক্টোবৰ

8. নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা হল___ জন ।

i) 10জন
ii) 7জন ✓
iii) 9জন
iv) 20জন

9. সাম্যবাদ হিংসা নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত এই উক্তিটো আছিল___ ।

i) এৰিষ্টটল
ii) প্লেটো
iii) গান্ধী ✓
iv) হৱস

10. এৰিষ্টটলৰ মতে সৰ্বশ্ৰষ্ঠ চৰকাৰ হল___ ।

i) গণতন্ত্ৰ
ii) ৰাজতন্ত্ৰ ✓
iii) শৈৰ্তন্ত্ৰ
iv) অভিজাততন্ত্ৰ

11. দফিয়া নীতিৰ প্ৰবৰ্তন কৰিছিল___ ।

i) ৰুচো
ii) উইলচন ✓
iii) ৰুজভেল্ট
iv) চাৰ্চিল

12. পৃথিৱীৰ___ ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানগাঢ় বুলি কোৱা হয় ।

i) ভাৰতবৰ্ষ
ii) আমেৰিকা
iii) চুইজাৰলেণ্ড ✓
iv) পাকিস্তান

13. ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা সদস্যৰ সংখ্যা হল___ জন ।

i) 12 জন ✓
ii) 250 জন
iii) 2 জন
iv) 20 জন

14. ভাৰতত পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল___ চনত ।

i) 1966
ii) 1975
iii) 1971 ✓
iv) 1972

15. অসম বিধান সভাৰ সদস্যৰ সংখ্যা___গৰাকী ।

i) 125গৰাকী
ii) 126গৰাকী ✓
iii) 130গৰাকী
iv) 60গৰাকী

16. লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত সভাপতিত্ব কৰে___ ।

i) উপৰাষ্ট্ৰপতি
ii) লোকসভাৰ অধ্যক্ষ✓
iii) প্ৰধান মন্ত্ৰী
iv) ৰাষ্ট্ৰপতি

19. তলত দিয়া কোনখন ৰাজ্যত দিসংশদীয় বিধান মণ্ডল নাই ?

i) বিহাৰ
ii) কৰ্ণাটক✓
iii) উত্তৰপ্ৰদেশ
iv) পশ্চিবঙ্গ

20. বিধান সভাৰ সদস্য হব লাগিলে নিন্যতম বয়স কিমান হব লাগিব___ বছৰ ।

i) 25 বছৰ ✓
ii) 30 বছৰ
iii) 35 বছৰ
iv) 18 বছৰ

21. গুৱাহাটী পৌৰ নিগম আইন পাছ কৰা হয়___ চনত ।
i) 1959
ii) 1969✓
iii) 1979
iv) 1980 

22. ভাৰতীয় সংবিধানৰ অনুচ্ছেদ অনুসৰি অসমৰ ৰাজ্যপালে নিৰ্বাচনী আয়ুক্তক নিযুক্ত কৰে___ ।
i) 343
ii) 243✓
iii) 472
iv) 272

23. ভাৰতীয় সংসদ নাগৰিকত্ব আইন গ্ৰহণ কৰে___ চনত ।
i) 1951 চনত
ii) 1955 চনত✓
iii) 1960 চনত
iv) 1952 চনত

24. ভাৰতীয় সংবিধানত বৰ্তমান ___টা অনুসূচি আছে ।
i) 10 টা
ii) 12 টা✓
iii) 22 টা
iv) 395 টা

25. ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি আছিল___ ।
i) জৱাহৰলাল নেহেৰু
ii) আম্বেদকাৰ
iii) মহাত্মা গান্ধী
iv) ৰাজেন্দ্ৰ প্ৰসাদ✓

26. তলৰ কোনটো চৰকাৰৰ অংশ নহয় ?
i) ন্যায় পালিকা
ii) কাৰ্য পলিকা
iii) শিক্ষা পলিকা✓
iv) বিধান পলিকা

27. মন্ত্ৰী সভা পৰিচালিত চৰকাৰৰ জন্মদাতা হল___ ।
i) ভাৰতবৰ্ষ
ii) আমেৰিকা
iii) চীন
iv) গ্ৰেট ব্ৰিটেইন✓

28. দ্বৈত নাগৰিকত্ব কোনখন ৰাষ্ট্ৰৰ বৈশিষ্ট ?
i) আমেৰিকা✓
ii) কানাডা
iii) ভাৰত
iv) চীন

29. নিম্নোক্ত কোনখন দেশ এক কেন্দ্ৰিক চৰকাৰৰ অন্তৰ্ভুক্ত নহয় ?
i) ইংলেণ্ড
ii) চীন
iii) আমেৰিকা✓
iv) ইটালী

30. ভাৰতবৰ্ষত ___উপায়েৰে নাগৰিকত্ব লাভ কৰিব পাৰে ।
i) 4 টা
ii) 5 টা✓
iii) 3 টা
iv) 2 টা

31. তলত দিয়া কোনখন ৰাষ্ট্ৰত পৰোক্ষ গণতন্ত্ৰ প্ৰচলন নাই ?
i) ভাৰতবৰ্ষ
ii) ৰাছিয়া
iii) ইংলেণ্ড
iv) চুইজাৰলেণ্ড✓

32. নিম্নোক্ত কোনটো অধিকাৰ পৌৰ অধিকাৰৰ অন্তৰ্ভুক্ত নহয় ।
i) জীৱন ৰক্ষাৰ অধিকাৰ
ii) মতামত প্ৰকাশৰ অধিকাৰ
iii) ভোটদানৰ অধিকাৰ✓
iv) শিক্ষাৰ অধিকাৰ

33. তলৰ কোনটো বিষয় উচ্চ ন্যায়ালয়ৰ কাৰ্য আৰু ক্ষমতাৰ ভিতৰত নপৰে ।
i) মৌলিক ক্ষমতা
ii) লখযাৰিৰ ক্ষমতা
iii) বিবিধ ক্ষমতা
iv) সংবিধান ব্যাখ্যা কৰাৰ ক্ষমতা✓

34. লোকসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে কোনে ?
i) লোকসভাৰ সদস্যসকলে✓
ii) লোকসভাৰ অধ্যক্ষই
iii) প্ৰধান মন্ত্ৰী
iv) সংসদৰ সদস্য সকলে

35. জনমত কি ?
i) সংখ্যাগৰিষ্ঠৰ মত
ii) সকলোৰে মত
iii) সকলোৰে কল্যাণকামী মত✓
iv) জনসাধাৰনৰ মত

36.  বিত্ত বিধেয়ক খন কিমান দিনৰ ভিতৰত গৃহীত কৰিব লাগে ?
i) 25 দিন
ii) 14 দিন✓
iii) 60 দিন
iv) 90 দিন

37. ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জনে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ?
i) 62 বছৰ✓
ii) 65 বছৰ
iii) 60 বছৰ
iv) 64 বছৰ

38. ৰাজ্যিক বিধান সভাৰ পৰিষদৰ সদস্যৰ সংখ্যা কিমান জনতকৈ অধিক হব নোৱাৰিব ?
i) 30 জন
ii) 40 জন ✓
iii)60 জন
iv)500 জন

39. বৰ্তমান সীমিত ৰাষ্ট্ৰৰ প্ৰচলন আছে ।
i) ভাৰতত
ii) স্পেইনত
iii) ইংলেণ্ডত✓
iv) চীন দেশত

40. হিন্দু মহাসভা গঠন কৰা হৈছিল ।
i) 1924 চনত
ii) 1916 চনত ✓
iii) 1920 চনত
iv) 1921 চনত

Download Pdf : Click Here