-->

Assam Gk : Indian History

Assam Gk : Indian History

1. নৱ প্ৰস্তৰ যুগ___ খ্ৰী্টপূৰ্বাব্দৰ পৰা ___ খ্ৰী্টপূৰ্বাব্দত লৈকে জুৰি আছিল ।
> 10000-5000

2. প্ৰথমে সভ্যতা ___ ৰ উপৰত গঢ়ি উঠিছিল ।
> নদী উপত্যকা

3. তলৰ কোনটো সমাজৰ গুৰুতত্বপূৰ্ন বৈশিষ্ট্য যেতিয়া সংশ্লিষ্ট সমাজখনে সভ্যতাৰ স্তৰত উপনীত হয় ।
> চহৰৰ উত্থান

4. মধ্য প্ৰস্তৰ যুগৰ অন্য নাম___ ।
> মেশ্লিথিক যুগ

5. ইণ্ডো আৰ্যসকল___ প্ৰজিতিৰ অন্তৰ্ভুক্ত ।
> ককেছিয়
Indian History

6. প্ৰত্ন প্ৰস্ত যুগৰ  মানহৰ মুখ্য জীৱিকা আছিল ।
> মাছ ধৰা

7. হৰপ্পা সৈভতা ___ চনত আৱিষ্কাৰ হৈছিল ।
> 1920 চনত

8. বৃহৎ স্থানাগাঁৰ ___ ত পোৱা যায় ।
> মহেঞ্জদাৰোত

9. মহাকাব্য কেইখন ___ ত লিখা হৈছিল ।
> শেষৰ বৈদিক যুগত

10. সিন্ধু উপউত্যৰ লোকসকলে ___ ৰ লগত বৈদেশিক বাণিজ্য চলাইছিল ।
> মেচপটেমিয়া

11. ভাৰতত পোৱা প্ৰাচীনতম মানৱ শৈভতা টো হৈছে___ ।
> সিন্ধু সভ্যতা

12. জৈন ধৰ্মৰ ত্ৰিৰাত্ন___ ৰে গঠিত ।
> সৎ বিশ্বাস, সৎ চেতনা, সৎ আচৰণ

13. ভগৱান বুদ্ধৰ চাৰিটা মহান সত্য ৰ সঠিক ক্ৰম কোনটো ?
> দুখ আৰু যন্ত্ৰণাৰ প্ৰধান কাৰণ হৈছে লোভ 

14. ভগৱান বুদ্ধৰ মতে মুক্তি লাভৰ প্ৰধান পথ কোনটো ?
> অহিংসা আচৰণ

15. ত্ৰিপিটক হৈছে___ ।
> বৌদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ

16. কাক দিল্লীৰ চুলটানি সাম্ৰাজ্যৰ প্ৰকৃত প্ৰতিষ্ঠাপক হিচাপে  গণ্য কৰা হয় ?
> ইলটোতমিছ

17. কিমান খ্ৰীষ্টাবদত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল ?
> 1526 খ্ৰীষ্টাবদত

18. ___ অশোকে ধৰ্মবিজয় নীতি গ্ৰহণ কৰে ।
> কলিংগ যুদ্ধৰ পিছত

19. দীন-ই-ইলাহী  কি ?
> আকবৰে আৰম্ভ কৰা নতুন ধৰ্ম

20. দিল্লীৰ চুলতানি সাম্ৰাজ্যৰ শাসন কৰা অন্তিম বংশটোৰ নাম কি ?
> লোডী বংশ

21. বিক্ৰমাদিত্য হিচাপে জনাজাত গুপ্ত শাসক জন কোন ?
> দ্বিতীয় চন্দ্ৰগুপ্ত

22. বাবৰে কাক পৰাজিত কৰি দিল্লীৰ সিংহাসন অধিকাৰ কৰিবলৈ সমৰ্থ হৈছিল ?
> ইব্ৰাহিম লোডী

23. আহোম সকলে ___ ত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল ?
> চৰাইদেউত

24. কিমান চনত চুকাফাৰ মৃত্যু হৈছিল ?
> 1268 চনত

25. ইতিহসপ্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল ?
> 1671 চনত

26. কোনজন ৰজাই শদিয়াৰ কুণ্ডিল নদীৰ পাৰত ৰাজধানী পাতিছিল ?
> ভীষ্মক নামৰ ৰজাই

27. কমতা ৰাজ্যৰ কেতিয়া উত্থান ঘটিছিল ?
> ত্ৰয়োদশ শতিকাত

28. কোনে কিমান খ্ৰীষ্টাব্দত চুতীয়া ৰাজ্য স্থাপন কৰিছিল ?
> 1187 খ্ৰীষ্টাব্দত  বিৰপালে

29. বিদেশী আক্ৰমণকাৰীৰ বিৰুদ্ধে সংঘটিত যুদ্ধত ৰজাক সহায় কৰা সামৰিক নেতা বা শাসনকৰ্তা সকলক কি বুলি কোৱা হয় ?
> বাৰভূঞা

30. ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল ?
> স্বামী বিবোনন্দই

31. কত চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল ?
> মিৰাটত

32. ভাৰতৰ পিতামহ হিচাপে জনাজাত ব্যক্তিজন কোন আছিল ?
> দাদাভাই নৌৰজী

33. স্বৰাজ বা ভাৰত ভাৰতীয়ৰ বাবে শ্লোগান দিয়া ধৰ্ম সংস্কাৰক জন কোন আছিল ?
> স্বামী দয়ানন্দ

34. দিল্লীৰ চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল ?
> জেনেৰেল বক্ত খান

35. চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ কি আছিল ?
> চৰ্বীযুক্ত কাৰ্টিজ ব্যৱহাৰৰ নিৰ্দেশ দিয়া 

39. ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি কোন আছিল ?
> দাদাভাই নৌৰজী

40. সীমান্ত গান্ধী হিচাপে কাক জনা যায় ?
> খান আব্দুল গফুৰ খান


41. ব্ৰিটিছৰ পৰা পূৰ্বতে উত্থাপিত জাতীয়তাবাদী দাবী টো কি আছিল ? 
> সাংবিধানিক সংস্কাৰ

42. দেশ্বক্তিমূলক গীত বন্দেমাতৰম কোনে ৰচনা কৰিছিল ? 
> বংকিম চন্দ্ৰ চেটাৰ্জী ।

43. কংগ্ৰেছৰ কোন খন অধিবেশনত পূৰ্ণ স্বৰাজ প্ৰস্তাৱ গৃহীত কৰা হৈছিল ?
> লাহোৰ অধিবেশনত

44. স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি আছিল ?
> লৰ্ড মাউণ্ট বেটেন 

45. ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিল ?
> ব্ৰিটিছ আৰু মনসকলৰ মাজত

46. 1921 চনত গঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি কোন আছিল ?
> কুলধৰ চলিহা 

47. আসাম এশচিয়েচনৰ প্ৰথম সভাপতি কোন আছিল ?
> কন্দৰ্পেশ্বৰ সিংহ

48. দিল্লীৰ চিপাহী বিদ্ৰোহৰ মুখ্য নেতা কোন আছিল ?
> জেনেৰেল বক্ত খান

49.  বৃহৎ স্থানাগাৰ কত পোৱা যায় ? 
> মহেঞ্জদাৰোত

50. 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ?
> গোপীনাথ বৰদলৈ